katha (English) [ ASM: কাথা]
Contributed by: Mrinal Nath on 2008-02-22
1. (Abstract Noun) a unit of land measurements equal to 2880 sq. feet, one fifth of a 'Bigha' ভূমি সম্পত্তি জোখা একক, দুহাজাৰ আঠশ আশী বৰ্গফুট মাটিকালি, এবিঘাৰ পাঁচ ভাগৰ এভাগ, কুৰি লোচাৰ সমান
katha (Nagamese)
Contributed by: Mousumi Konwar on 2023-06-25
2. (Abstract Noun) series of sound generated by human from the mouth to communicate with each other. আনৰ সৈতে মত বিনিময় কৰিবলৈ মানুহে মুখেৰে সৃষ্টি কৰা শব্দৰ লানি।