ঘাহ (Assamese) [ Roman: ghah]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
    1. Plants(Common Noun-Neuter) narrow-leaved green herbage: grown as lawns; used as pasture for grazing animals; cut and dried as hay ঠেক পাতৰ সেউজীয়া উদ্ভিদ, যাক চৰণীয়া জীৱ-জন্তুৰ খাদ্য হিচাপে সেউজীয়া বা শুকান অৱস্থাত ব্যৱহাৰ কৰা হয়

    Example Sentences:

    1. গৰুৱে ঘাহ খায়।