ঢেৰ (Assamese) [ Roman: dher]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-27
1. (Proper Adj.-Common) in large numbers or quantities বিশাল সংখ্যা বা পৰিমাণত
Assamese:
অগণন অগণনীয় অগণিত অগণ্য অগনন অজস্ৰ অত্যধিক অদয় অধিক অনেক অলেখ অসংখ্য অসংখ্যাত আৰু ইলাহি এশ-এটা এশ-এবুৰি কেইবা কেইবাটা ঢেৰ নাম্ প্ৰচুৰ প্ৰতুল ফাইক বহু বহুতো বহুবিলাক বহুবোৰ বহুসংখ্যক বাহাক বাৰেপাচি বেচি বেছি ভালে-খানি ভালে-খিনি ভালে-মান্ ভালে-সংখ্যক ভালেটি ভালেটিমান ভালেমান ভূৰি মাউখীয়া যথেষ্ট শতকোটি শতকৌটি শতসহস্ৰ সংখ্যাতীত সংখ্যাহীন সহস্ৰ সৰহ সৰহীয়া ৰাহাক
Bodo:
Mising:
Meeteilon:
Karbi:
Bangla:
Rabha:
TAI-Turung:
Singpho:
Tutsa:
Example Sentences:
1. তোমাৰ লগত মোৰ ঢেৰ কথা পাতিবলৈ আছে।Related Idea:
a. Proper Adj.: colossalelephantineenormousgiantgigantic...Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
2. (Abstract Noun) A lot of, over-abundance. সংখ্যা বা পৰিমাণত বেছি।