তাৰকা (Assamese) [ Roman: ta.ro.ka]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-20
b. Common Noun-Neuter: star clusterথুপিতৰাhanso apai...
1. Astronomy(Material Noun-Neuter) A self-luminous celestial body consisting of a mass of gas held together by its own gravity in which the energy generated by nuclear reactions in the interior is balanced by the outflow of energy to the surface নিজৰ মহাকৰ্ষণ বলৰ জৰিয়তে একত্ৰ কৰি ৰখা গেছেৰে গঠিত নিজা পোহৰ থকা এক মহাজাগতিক বস্তু, যি তাৰ অভ্যন্তৰত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা উত্পন্ন হোৱা শক্তি আৰু পৃষ্ঠলৈ বাহিৰ কৰি দিয়া শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰে ৷
English:
Bodo:
Mising:
Khasi:
Garo:
Meeteilon:
Karbi:
Hmar:
Nagamese:
Dimasa:
Chakma:
Hindi:
Rabha:
Tiwa:
Deori:
TAI-Phake:
TAI-Khamti:
Related Idea:
a. Material Noun-Neuter: constellationকুকুৰ-বাহী তৰাতাৰকামণ্ডলতাৰামণ্ডলনক্ষত্ৰপুঞ্জ...b. Common Noun-Neuter: star clusterথুপিতৰাhanso apai...
Super Idea:
c. Proper Noun-Neuter: sunঅংশুধৰঅংশুপতিঅংশুবাণঅংশুমান...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-06
2. Biology(Material Noun-Neuter) a system of gelated cytoplasmic rays arranged radially about a centriole at either end of the mitotic or meiotic spindle. দৈহিক বা হ্ৰাসাত্মক কোষ বিভাজনৰ সময়ত গঠন হোৱা মহুৰাৰ উভয় প্ৰান্তত ছেণ্ট্ৰিয়’লৰ পৰা বিকীৰ্ণভাৱে সজ্জিত কোষপ্ৰৰসীয় ৰশ্মিয়ে সৃষ্টি কৰা এক আকৃতি।