tortorch

tora (Mising) [ Roman: to.ra]
Contributed by: Himasri Das on 2023-01-10
1. (Verb-Trans.) To maintain or advocate a theory or a person কোনো তত্ত্ব বা ব্যক্তিৰ সপক্ষে থিয় হ

tora (Nagamese)
Contributed by: Mousumi Konwar on 2023-07-21
2. Astronomy(Material Noun-Neuter) A self-luminous celestial body consisting of a mass of gas held together by its own gravity in which the energy generated by nuclear reactions in the interior is balanced by the outflow of energy to the surface নিজৰ মহাকৰ্ষণ বলৰ জৰিয়তে একত্ৰ কৰি ৰখা গেছেৰে গঠিত নিজা পোহৰ থকা এক মহাজাগতিক বস্তু, যি তাৰ অভ্যন্তৰত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা উত্পন্ন হোৱা শক্তি আৰু পৃষ্ঠলৈ বাহিৰ কৰি দিয়া শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰে ৷