মৎস্য (Assamese) [ Roman: mot.syo]
    1. (Common Noun-Common) any of various cold-blooded, aquatic vertebrates, having gills, commonly fins, and typically an elongated body covered with scales. সাধাৰণতে বাকলিযুক্ত দীঘলীয়া দেহাৰে সৈতে, ফুল আৰু ফান থকা, শীতল-ৰক্তী, জলচৰ এক মেৰুদণ্ডী প্ৰাণী।
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
    2. (Proper Noun-Neuter) In ancient India, one of the sixteen Mahajanapada(releam). ষোড়শ মহাজনপদৰ এখন৷ খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷ ইতিহাসত, বিশেষকৈ বুদ্ধ সাহিত্যত এইবোৰ উল্লেখ আছে৷
    English: