-সমূহ (Assamese)
plc: অংক, অট্টালিকা, অণুজীৱ, অতিথিশালা, অধাতু, অভিধান, আখৰ, আঙঠি, আঙুলি, আম, ইলাচী, উদ্যোগ, কবিতা, কমলা টেঙা, কলহ, কাঁড়, কাঠ, খাৰু, খৰাহী, গছ, গান, গুটি, ঘাঁ, ঘৰ, চন, চাদৰ, চাবি, চামুচ, চালক, চিঠি, চেণ্ডেল, ঢোল, তাৰিখ, থাল, থোক, দাগ, দেশ, নম্বৰ, নাইৰকল্ , নাটক, নাৰ্জী, নৈ, পত্ৰ, পাচলি, পাচি, পাত, পাহাৰ, পুৰাণ, প্ৰশ্ন, ফুল, ফোন, বছৰ, বস্তু, বাঁহ, বাঁহী, বাকলি, বাছ, বাতি, বাদাম, বাহন, বিছনা, বিলাহী, বিষয়, বিয়োজক, বৃদ্ধাশ্ৰম, বেজী, বৰগছ, ভাষা, মাছ, মালা, মিঠাই, মুখপাত্ৰ, মেচিন, মেটেকা, মোনা, লগৰী, লতা, লিচু, লেটেকু, শব্দ, শিপা, শৱ, সংলাপ, হোটেল, ৰছী, ৰবাব টেঙা, ৰাস্তা
সমূহ (Assamese) [ Roman: xo.muh]
Contributed by: Biraj Kumar Kakati on 2008-10-10
1. (Abstract Noun) The amount constituting the full quantity or extent. বহুতো বস্তু একেলগ ল’গালে হোৱা পৰিমাণ ৷
English:
Bodo:
Mising:
Garo:
Nagamese:
Deori:
Different POS:
a. Adverb: absolutelyaltogethercompletelyentirelytotally...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-07-31
2. (Abstract Noun) A group of things placed or thrown, one on top of the other. একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তুৰ সমষ্টি ।
Contributed by: Webmaster-II on 2017-09-27
Ref: আধুনিক অসমীয়া শব্দকোষ
3. (Abstract Noun) Group or body of people having common religion, ethnicity or profession একেই ধৰ্ম, সংস্কৃতি বা ভাষা থকা মানুহৰ দল৷