দম (Assamese) [ Roman: dom]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
1. (Abstract Noun) A group of things placed or thrown, one on top of the other. একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তুৰ সমষ্টি ।
Contributed by: Partha P Sarmah on 2011-02-17
2. Cuisine-Food(Common Noun-Neuter) a curry or gravy made from boiled potato/eggs আলু, কণী আদি (একেলগে বা বেলেগে বেলেগে)প্ৰথমে সিজাই পাছত মছলা আদিৰে সৈতে তেল মাৰি থুপথুপীয়াকৈ প্ৰস্তুত কৰা এবিধ ব্যঞ্জন৷ যেনেঃ আলুৰ/কণীৰ দম৷
Assamese:
দম (Bangla)
Contributed by: Sushanta Kar on 2010-09-05
3. (Abstract Noun) A group of things placed or thrown, one on top of the other. একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তুৰ সমষ্টি ।