rapid (English) [ IPA: ˈræpəd ASM: ৰেপিড]
    adj: rapidly
    1. (Proper Adj.) sth done or carried out in short time or immediately; acting, moving in high speed. কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-19
    2. (Abstract Noun) part of a river where the current is very fast and turbulent. নৈৰ তলি ঠাইতে ওখ, ঠাইতে চাপৰ হোৱাৰ বাবে সোঁতৰ কোব প্ৰৱল হোৱা ঠাই।