চৰখৰীয়া (Assamese) [ Roman: sor.kho.ri.ya]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-01
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) part of a river where the current is very fast and turbulent. নৈৰ তলি ঠাইতে ওখ, ঠাইতে চাপৰ হোৱাৰ বাবে সোঁতৰ কোব প্ৰৱল হোৱা ঠাই।