mang (Mising) [ Roman: ma.ng]
    Contributed by: PRASTUTI PHUKON on 2021-11-25
    1. (Proper Adj.-Neuter) something less than zero ; opposite of assertion. শূন্যতকৈ সৰু; ইতিবাচকৰ বিপৰীত৷
    Contributed by: PRASTUTI PHUKON on 2021-11-24
    2. (Adverb) a negative word used to express dissent, denial, or refusal, as in response to a question or request. কোনো প্ৰশ্ন বা অনুৰোধৰ সঁহাৰি হিচাপে অসন্মতি, প্ৰত্যাখ্যান বা অস্বীকাৰ কৰা বুজাবলৈ ব্যৱহাৰ কৰা এক নেতিবাচক শব্দ।

    mang (Garo)
    Contributed by: Mousumi Konwar on 2023-05-09
    3. (Adposition) In reference to a given matter or subject. কোনো উল্লেখিত বিষয়ৰ ওপৰত ৷

    mang (Meeteilon)
    Contributed by: Mohen Naorem on 2008-12-12
    4. (Abstract Noun) A series of images, sounds and feelings occurring in the mind during sleep, accompanied with rapid eye movement. Dreams typically last in the range of 5 to 45 minutes. The contents and biological purposes of dreams are not fully understood, though they have been a topic of speculation and interest throughout recorded history. The scientific study of dreams is known as oneirology. আমাৰ নিদ্ৰা অৱস্থাত অৱচেতন মনলৈ অহা কিছুমান প্ৰতিচ্ছবি, শব্দ বা অনুভৱ৷ সাধাৰণতে সপোন একোটা ৫ মিনিটৰ পৰা ৪৫ মিনিটলৈকে আমাৰ মনত থাকিব পাৰে৷ সততে আমাৰ মনৰ মাজৰ অপূৰ্ণ আকাঙ্খা আৰু কল্পনাবোৰেই সপোনৰ ৰূপত আমাৰ মনত ভাহি উঠে৷ কোনো জৈবিক পৰিঘটনাৰ ফলত সপোনৰ সৃষ্টি হোৱাৰ ৰহস্য উদঘাটন কৰিব নোৱাৰি যদিও কোনো ঐতিহাসিক ঘ্টনাৰ পৰা ইয়াৰ সৃষ্টি হোৱাৰ কথা ভাবিব পাৰি৷
    Contributed by: Mohen Naorem on 2009-09-16
    5. Customs(Material Noun-Neuter) an excavation made in the earth in which to bury a dead body; the small construction made as remembrance above a grave. মৰাশ পুতিবৰ বাবে খন্দা গাঁত; মানুহৰ মৃত্যুৰ পাছত সমাধিস্থ কৰা ঠাইৰ ওপৰত স্মৃতিৰক্ষাৰ কাৰণে বন্ধা সৰু গাঁথনি

    mang (Karbi) [ Roman: mang]
    Contributed by: Caroline Kropi on 2010-02-27
    6. (Abstract Noun) A series of images, sounds and feelings occurring in the mind during sleep, accompanied with rapid eye movement. Dreams typically last in the range of 5 to 45 minutes. The contents and biological purposes of dreams are not fully understood, though they have been a topic of speculation and interest throughout recorded history. The scientific study of dreams is known as oneirology. আমাৰ নিদ্ৰা অৱস্থাত অৱচেতন মনলৈ অহা কিছুমান প্ৰতিচ্ছবি, শব্দ বা অনুভৱ৷ সাধাৰণতে সপোন একোটা ৫ মিনিটৰ পৰা ৪৫ মিনিটলৈকে আমাৰ মনত থাকিব পাৰে৷ সততে আমাৰ মনৰ মাজৰ অপূৰ্ণ আকাঙ্খা আৰু কল্পনাবোৰেই সপোনৰ ৰূপত আমাৰ মনত ভাহি উঠে৷ কোনো জৈবিক পৰিঘটনাৰ ফলত সপোনৰ সৃষ্টি হোৱাৰ ৰহস্য উদঘাটন কৰিব নোৱাৰি যদিও কোনো ঐতিহাসিক ঘ্টনাৰ পৰা ইয়াৰ সৃষ্টি হোৱাৰ কথা ভাবিব পাৰি৷

    mang (TAI-Turung) [ IPA: maŋ]
    Contributed by: Rajshree Shyam on 2024-11-15
    7. (Common Noun-Common) A person between birth and puberty জন্ম আৰু যৌন ক্ষমতা লাভৰ মাজৰ বয়সৰ লোক