Table-1A : Consonant Ending Transitive Verb (ব্যঞ্জনান্ত সকৰ্মক ধাতু)
Table-1B : Consonant Ending Transitive Verb (ব্যঞ্জনান্ত অকৰ্মক ধাতু)
Table-2A : Consonant Ending Transitive Verb (ব্যঞ্জনান্ত অকৰ্মক ধাতু) - one alphabet
Table-2B : Consonant Ending Intransitive Verb (ব্যঞ্জনান্ত অকৰ্মক ধাতু) - one alphabet
Table-3 : Vowel (আ) Ending Intransitive Verb
Table-4A : Vowel (ই, এ) Ending Intransitive Verb
Table-4B : Vowel (ঈ) Ending Intransitive Verb
Table-5 : Vowel (ো) Ending Intransitive Verb
| Table-1A | Consonant Ending Transitive Verb (ব্যঞ্জনান্ত সকৰ্মক ধাতু) | |||||||||
| ১ম পুৰুষ | ২ম পুৰুষ অনাদৰ | ২য় পুৰুষ আদৰ | ৩য় পুৰুষ | |||||||
| নিত্য বৰ্তমান | োঁ | া | ে | |||||||
| স্বৰৃপ বৰ্তমান | িছোঁ | িছ | িছা | িছে | ||||||
| স্বৰৃপ ভূত | িলো | িলি | িলা | িলে | ||||||
| অপূৰ্ণ ভূত | িছিলোঁ | িছিলি | িছিলা | িছিল | ||||||
| সাম্ভব্য ভূত | িলোঁহেঁতেন | িলিহেঁতেন | িলাহেঁতেন | িলেহেঁতেন | ||||||
| ভৱিষ্যৎ | িম | িবি | িবা | িব | ||||||
| উদাহৰণ: | ||||||||||
| Root: | লিখ | |||||||||
| ১ম পুৰুষ | ২ম পুৰুষ অনাদৰ | ২য় পুৰুষ আদৰ | ৩য় পুৰুষ | |||||||
| নিত্য বৰ্তমান | লিখোঁ | লিখ | লিখা | লিখে | ||||||
| স্বৰৃপ বৰ্তমান | লিখিছোঁ | লিখিছ | লিখিছা | লিখিছে | ||||||
| স্বৰৃপ ভূত | লিখিলো | লিখিলি | লিখিলা | লিখিলে | ||||||
| অপূৰ্ণ ভূত | লিখিছিলোঁ | লিখিছিলি | লিখিছিলা | লিখিছিল | ||||||
| সাম্ভব্য ভূত | লিখিলোঁহেঁতেন | লিখিলিহেঁতেন | লিখিলাহেঁতেন | লিখিলেহেঁতেন | ||||||
| ভৱিষ্যৎ | লিখিম | লিখিবি | লিখিবা | লিখিব | ||||||
| Table-1B | Consonant Ending Transitive Verb (ব্যঞ্জনান্ত অকৰ্মক ধাতু) | |||||||||
| ১ম পুৰুষ | ২ম পুৰুষ অনাদৰ | ২য় পুৰুষ আদ | ||||||||