আটলান্টিক মহাসাগৰআটা লদা
আটা (Assamese) [ Roman: a.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-18
English: clue, hint,
Assamese: আঁত, আটা, আভাস, ইছাৰা, উদিশ, উদ্দেশ, উমঘাম, উৱাদিহ, গম, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, তলানলা, ফুটফাট, বা-বাতৰি, বুজবাজ, ভু-ভটং, ভু-ভা, লতাৰ, শুংসূত্ৰ, সন্ধান, সূত্ৰ,
Bodo: इसारा, थिफायसन,
TAI-Ahom: চী ম্যুৱ, ছপ্ ছান্, মিট্ ছপ্,
Hindi: इशारा,
Deori: উ-নিনামা, চিয়াৰ, তলা, পুত-পাত
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-07-13
আটা (Assamese) [ Roman: a.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-18
1. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|
Assamese: আঁত, আটা, আভাস, ইছাৰা, উদিশ, উদ্দেশ, উমঘাম, উৱাদিহ, গম, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, তলানলা, ফুটফাট, বা-বাতৰি, বুজবাজ, ভু-ভটং, ভু-ভা, লতাৰ, শুংসূত্ৰ, সন্ধান, সূত্ৰ,
Bodo: इसारा, थिफायसन,
TAI-Ahom: চী ম্যুৱ, ছপ্ ছান্, মিট্ ছপ্,
Hindi: इशारा,
Deori: উ-নিনামা, চিয়াৰ, তলা, পুত-পাত
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-07-13
2. (Material Noun-Neuter) Atta is the main ingredient of most varieties of Indian bread. It is a whole wheat-flour made from hard wheat grown across the Indian subcontinent. Flatbread made from atta, such as chapati, roti, naan and puri, are an integral part of Indian cuisine. ঘেঁহুৰ পৰা প্ৰস্তুত কৰা গুড়ি পাউদাৰ৷ ৰুটি, পুৰি আদি তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়৷