চিয়াৰ (Assamese) [ Roman: si.yar]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
    1. (Abstract Noun) sound, gesture or written symbol with an agreed upon meaning অৰ্থৰ ক্ষেত্ৰত সহমতৰ ভিত্তিত ব্যৱহৃত শব্দৰে, অঙ্গি-ভঙ্গিৰে বা লিখিত ৰূপত প্ৰকাশ কৰা কোনো চিহ্ন
    Contributed by: Anjali Sonowal on 2008-12-22
    2. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|

    চিয়াৰ (Deori) [ Roman: chi.yar]
    Contributed by: Himasri Das on 2023-03-20
    3. (Abstract Noun) sound, gesture or written symbol with an agreed upon meaning অৰ্থৰ ক্ষেত্ৰত সহমতৰ ভিত্তিত ব্যৱহৃত শব্দৰে, অঙ্গি-ভঙ্গিৰে বা লিখিত ৰূপত প্ৰকাশ কৰা কোনো চিহ্ন
    Contributed by: Himasri Das on 2023-03-20
    4. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|
    Contributed by: Himasri Das on 2023-03-20
    5. (Abstract Noun-Neuter) a movement of part of body to express an idea or meaning. কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।