প্ৰতিকণা (Assamese) [ Roman: pro.ti.ko.na]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Rupankar Mahanta on 2007-04-26
    1. Biology(Common Noun-Neuter) a large Y-shaped protein used by the immune system of the body to identify and neutralize foreign objects like bacteria and viruses শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ব্যৱহাৰ কৰা এক বৃহৎ Y-আকৃতিৰ প্ৰ’টিন, যিয়ে বেক্টেৰিয়া আৰু ভাইৰাছৰ দৰে বাহিৰৰ পৰা শৰীৰত প্ৰৱেশ কৰা অপদ্ৰৱ্যসমূহ চিনাক্ত কৰি নিষ্ক্ৰিয় কৰাত সহায় কৰে।