antibody (English) [ IPA: ˈæntɪˌbɑdiː ASM: এণ্টিবডি]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Rupankar Mahanta on 2007-04-26
1. Biology(Common Noun-Neuter) a large Y-shaped protein used by the immune system of the body to identify and neutralize foreign objects like bacteria and viruses
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ব্যৱহাৰ কৰা এক বৃহৎ Y-আকৃতিৰ প্ৰ’টিন, যিয়ে বেক্টেৰিয়া আৰু ভাইৰাছৰ দৰে বাহিৰৰ পৰা শৰীৰত প্ৰৱেশ কৰা অপদ্ৰৱ্যসমূহ চিনাক্ত কৰি নিষ্ক্ৰিয় কৰাত সহায় কৰে।