Amarnath (English) [ IPA: amarnath ASM: অমৰনাথ]
Loading AI analysis...
	Loading Wikipedia extract...
	Contributed by: Atul Ch. Kakoti on 2009-04-02
1. Hinduism(Proper Noun) A cave with a Siva dham where artificial "Siva Ling" is made up of ice. It is situated in the northern Kashmir of the Himalayas.      উত্তৰ কাশ্মীৰত অৱস্থিত অমৰনাথ গুহা এখন শিৱস্হান৷ ইয়াক বৰফানি বাবা বুলিও কোৱা হয়৷ কিয়নো ইয়াত জুন, জুলাই আৰু আগস্ট মাহত কৃত্ৰিম বৰফৰ শিৱলিংগৰ উত্পতি হয়৷ ই হিন্দুৰ এখন তীৰ্থস্হান৷
English:
Assamese:
        