Arakan (English) [ IPA: [IPA] ASM: আৰাকান]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-12
    1. Place(Proper Noun-Neuter) An ancient state and present day province of Myanmar bordering Chittagong hill of Bangladesh. এখন পুৰণা দেশ আৰু বৰ্তমানৰ ম্যানমাৰৰ এখন প্ৰদেশ৷ বাংলাদেশৰ চিটাগং পাহাৰৰ পূব-দক্ষিণ দিশত৷