baujibawasi Bauxite (English) Contributed by: Webmaster-II on 2017-09-15 1. Geology(Material Noun-Neuter) A clay-like mineral, chief source of aluminium. এবিধ মাটিৰ দৰে পদাৰ্থ৷ ইয়াৰ বৰণ পাতল হালধীয়াৰ পৰা ৰঙা-মুগা বৰণীয়া৷ এলুমিনিয়াম তৈয়াৰ কৰিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়৷ English: Bauxite, Assamese: বক্সাইট