colombo crowcolonel Colon (English) Contributed by: BIKASH CHETIA on 2024-04-12 1. Anatomy(Material Noun-Neuter) দেহৰ বৰ্জনীয় বস্তুবোৰ জমা হোৱা, মলদ্বাৰৰ অলপ ওপৰত থকা বৃহদন্ত্ৰৰ প্ৰধান অংশ, যি অংশ ক্ষুদ্ৰান্ত্ৰতকৈ চুটি, কিন্তু শকত; (এই অংশত জল শোষণ আৰু মল প্ৰস্তুত কাৰ্য সংঘটিত হয়)৷ English: Colon, Assamese: মলাশয়