Santiniketan (English)
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-22
    1. Place(Proper Noun-Neuter) A small town near Bolpur in the Birbhum district of West Bengal, It is famous for Rabindranath Thakur`s Ashram and university. পশ্তিমবংগৰ বোলপুৰৰ ওতৰৰ এখন গাঁও৷ কবিগুৰু ৰবীন্দ্ৰনাথৰ আশ্ৰম আৰু বিশ্ববিদ্যালয়ৰ বাবে বিখ্যাত৷