Yetum (Meeteilon) [ Roman: ye.tum]
Contributed by: Abdul Hamid on 2010-02-23
1. (Material Noun-Neuter) a sharp pointed instrument used to stitching or injecting medicinal fluids এমূৰ জোঙা এক সঁজুলি, যাৰ সহায়ত কাপোৰ চিলোৱা অথবা জুলীয়া ঔষধ দেহত সুমুৱাই দিয়া হয় ৷
Contributed by: Priti Mitra on 2024-11-25
2. (Material Noun-Neuter) a small, slender, often pointed piece of wood, metal, etc., used to fasten, support, or attach things. কোনো কাগজ আদি সংলগ্ন কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা সৰু, মিহি ধাতুৰ বস্তু ৷