astrologerastronaut
astrology (English) [ IPA: əˈstrɑlədʒiː ASM: এষ্ট্ৰলজি]
English: astrology,
Assamese: জ্যোতিষ, জ্যোতিষ শাস্ত্ৰ, জ্যোতিষবিদ্যা, জ্যোতিৰ্বিদ্যা, ডিম্ভচক্ৰ
astrology (English) [ IPA: əˈstrɑlədʒiː ASM: এষ্ট্ৰলজি]
1. Art and Culture(Abstract Noun) Study of supposed planetary influence on human affairs মানুহৰ ওপৰত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে কৰা অধ্যয়ন
Assamese: জ্যোতিষ, জ্যোতিষ শাস্ত্ৰ, জ্যোতিষবিদ্যা, জ্যোতিৰ্বিদ্যা, ডিম্ভচক্ৰ