capital (English) [ IPA: ˈkæpətəl ASM: কেপিটেল]
    1. (Abstract Noun) a monetary resource, preserved for future use or accumulated for a specific purpose. ভৱিষ্যতৰ বাবে সংৰক্ষিত বা নিৰ্দ্দিষ্ট উদ্দেশ্যৰে সংগৃহীত আৰ্থিক সম্পদ।
    2. (Material Noun-Neuter) the administrative city of a state/country. কোনো দেশ, প্ৰদেশ বা জিলাৰ মূল নগৰ/চহৰ য’ৰ পৰা শাসন কাৰ্য চলোৱা হয়৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-10
    3. Business-Commerce-Economics(Material Noun-Neuter) any form of wealth employed or capable of being employed in the production of more wealth; money or wealth employed in business যিকোনো ধৰণৰ সম্পত্তি যাক খটুৱাই অধিক সম্পত্তি আহৰণ কৰিব পাৰি; ব্যৱসায়-বাণিজ্যত খটোৱা ধন-সম্পত্তি

    capital (Nagamese) [ Roman: kepitel]
    Contributed by: Mousumi Konwar on 2023-05-05
    4. (Material Noun-Neuter) the administrative city of a state/country. কোনো দেশ, প্ৰদেশ বা জিলাৰ মূল নগৰ/চহৰ য’ৰ পৰা শাসন কাৰ্য চলোৱা হয়৷