☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
🔐 Login to XOBDO
×
User Name
Password
🔑 Login
Cancel
charmed
(English)
[
IPA:
ˈtʃɑrmd
ASM:
চাৰ্মড]
1.
(Proper Adj.-Common)
Strongly attracted due to someones/somethings merits and good characters. কোনো ব্যক্তি অথবা আন কোনো বস্তুৰ গুণত সন্তুষ্টি লাভ কৰি বৰকৈ আকৃষ্ট হোৱা ৷
English:
captivated
charmed
fascinated
Assamese:
আপ্লুত
বিভোল
বিভোৰ
বিমুগ্ধ
বিমোহিত
ভোল
মনোমুগ্ধ
মুগ্ধ
মোহগ্ৰস্ত
মোহান্বিত
মোহাৱিষ্ট
মোহিত