chechekCheckered keelback water snake
check (English) [ IPA: ˈtʃek ASM: চেক]
Contributed by: Biraj Kumar Kakati on 2007-04-20
English: appraise, check, enquire, evaluate, examine, inspect, investigate, survey,
Assamese: অনুসন্ধান কৰ্, খবৰ ল, চালি-জাৰি চা, নিৰীক্ষণ কৰ্, পম খেদ্, পৰীক্ষা কৰ্, বুজ ল, মূল্যাংকন কৰ্, মূল্যায়ন কৰ্, সম্বাদ ল,
Bodo: दबथानाय, नायगिदिंनाय, नायबिजिर,
Khasi: bishar, buh dor, jngoh, khang, tohkit,
Garo: am.sandia, gamchatnika,
Dimasa: shing-nai
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2007-04-20
English: check,
Assamese: কিস্তি,
Garo: dodikata
check (English) [ IPA: ˈtʃek ASM: চেক]
Contributed by: Biraj Kumar Kakati on 2007-04-20
1. (Verb-Trans.) to view in detail, esp. to inspect, examine, or appraise formally or officially in order to ascertain condition, value, etc. সবিশেষ অধ্যয়ন কৰি আনুষ্ঠানিকভাৱে অৱস্থা, মূল্য আদি বিষয়ে ঠিৰাং কৰ্
Assamese: অনুসন্ধান কৰ্, খবৰ ল, চালি-জাৰি চা, নিৰীক্ষণ কৰ্, পম খেদ্, পৰীক্ষা কৰ্, বুজ ল, মূল্যাংকন কৰ্, মূল্যায়ন কৰ্, সম্বাদ ল,
Bodo: दबथानाय, नायगिदिंनाय, नायबिजिर,
Khasi: bishar, buh dor, jngoh, khang, tohkit,
Garo: am.sandia, gamchatnika,
Dimasa: shing-nai
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2007-04-20
2. (Verbal Noun) A movement in chess which forces the opponent to guard or move his king. দবাখেলত প্ৰতিপক্ষৰ ৰজাক আক্ৰমন কৰিবলৈ গুটি বুলন বা দিয়া আৰু প্ৰতিপক্ষই ৰজাক বচাবলৈ উপযুক্ত গুটি বুলায় বা ৰজাক আতৰাই নিয়ে ।
Assamese: কিস্তি,
Garo: dodikata