chubatsranggipachubegipa nok
chubby (English) [ IPA: ˈtʃəbiː ASM: চুবি]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-11-26
English: chubby, chunky, lumpy, plump, podgy, rotund, tubby,
Assamese: গাঠলু, গোল, থোপোৰা, থোলোকা, দবহা, ধেপেচা, নিপোটল, নোকোহা, নোদোকা, মঙহাল, লহৰ-পহৰ, লোদোৰ-পোদোৰ, লোদোৰা, লোধোপা, লোধোমা, লোধোৰা, সুদোল,
Bodo: बुरजा जानाय, लद्रा-लद्रि, साफ्रा-साफ्रि,
Khasi: ba bieit,
Dimasa: lodab, pongbi,
Deori: পুতুকা-কুয়াবা, মেৰি, মেৰুবা, মেৱা, লদমা-লদমি
chubby (English) [ IPA: ˈtʃəbiː ASM: চুবি]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-11-26
1. (Proper Adj.-Common) of a human being or an animal having a soft, round and slightly fat body কিছু শকত আৰু প্ৰায় গোলযেন হৈ পৰা মানুহ বা আন জীৱৰ শৰীৰ