Coal tarcoalition
coalesce (English) [ IPA: ˌkoʊəˈles ASM: ক’লেচ]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-29
English: coalesce,
Assamese: এক হ, একত্ৰ হ, একত্ৰিত হ, একাঙ্গীভূত হ, গোট খা, থুপ খা, মাউখ বান্ধ, লগ লাগ, লয় যা, সংযুক্ত হ, সন্মিলিত হ
coalesce (English) [ IPA: ˌkoʊəˈles ASM: ক’লেচ]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-29
1. (Verb-Intran.) to come together into one substance or group. ইটোৰ লগত সিটোৰ সংস্পৰ্শ ঘটা, মিলিত হোৱা৷