commission (English) [ IPA: kəˈmɪʃən ASM: কমিচন]
    1. (Abstract Noun) An official body with certain statutory powers বিধি-সন্মত ক্ষমতা প্ৰাপ্ত এক আনুষ্ঠানিক গোট
    Contributed by: Mousumi Konwar on 2023-03-05
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    2. Business-Commerce-Economics(Abstract Noun) Money or bonus for doing something for someone else or for selling something আনৰ কোনো কাম কৰি দিয়াৰ বাবে বা বস্তু বেচা-কিনা কৰাৰ বাবে পোৱা ধন বা বোনাচ৷
    English:
    Contributed by: Mousumi Konwar on 2023-03-14
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    3. (Abstract Noun) a fee, usually a percentage, paid to an agent for business he transacts ব্যৱসায়িক লেনদেনত এজেণ্টক দিয়া ধনৰ পৰিমাণ, সাধাৰণতে জড়িত মূল্যৰ এটা নিৰ্দিষ্ট শতাংশ৷