computecomputing
computer (English) [ IPA: kəmˈpjuːtər ASM: কম্পিউটাৰ]
computer (English) [ IPA: kəmˈpjuːtər ASM: কম্পিউটাৰ]
1. (Material Noun-Neuter) A device that computes, especially a programmable electronic machine that performs high-speed mathematical or logical operations or that assembles, stores, correlates, or otherwise processes information. গণনা কৰিব পৰা এবিধ বৈদ্যুতিন আহিলা। এবিধ বৈদ্যুতিন আহিলা যাৰ সহায়ত গাণিতিক আৰু যৌক্তিক কাৰ্য্যপ্ৰণালী ক্ষিপ্ৰতাৰে কৰিব পাৰি অথবা যিয়ে তথ্য (ইনফৰ্মেচন্) সংসাধন (প্ৰ’চেচ্) কৰিব অথবা সাঁচি থ’ব পাৰে।
English: computer,
Assamese: কম্পিউটাৰ, পৰিকলন যন্ত্ৰ, সংগণক যন্ত্ৰ, সাংগাণনিক যন্ত্ৰ,
Bodo: सानजु़नथी,
Dimasa: kompitar
Assamese: কম্পিউটাৰ, পৰিকলন যন্ত্ৰ, সংগণক যন্ত্ৰ, সাংগাণনিক যন্ত্ৰ,
Bodo: सानजु़नथी,
Dimasa: kompitar