conclusionconcord
concoction (English)
Contributed by: Pankaj Neog on 2012-06-11
English: collusion, concoction, conspiracy, intrigue, plot, racket, scheme,
Assamese: অভিসন্ধি, কাপ-জাপ, কুচক্ৰ, কুচক্ৰান্ত, কুমন্ত্ৰণা, চক্ৰান্ত, ছল, ছলাহ, দুৰভিসন্ধি, দুৰ্মন্ত্ৰ, পাকচক্ৰ, ফন্দ, ফন্দি, ফন্দি-ফিকিৰ, মতণ্ডা, শটবটনি, ষড়যন্ত্ৰ,
Bodo: रेकेट,
Garo: melaprua,
Deori: পাং, লালচ
concoction (English)
Contributed by: Pankaj Neog on 2012-06-11
1. (Abstract Noun) A secret agreement between two or more parties for a fraudulent, illegal, or deceitful purpose. কোনো অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ দুই বা ততোধিক পক্ষৰ মাজত হোৱা গোপন বুজাবুজি।