custom (English) [ IPA: ˈkəstəm ASM: কাষ্টম]
    Contributed by: Panchalika on 2006-07-15
    1. (Abstract Noun) The passing down of elements of a culture from generation to generation, especially by oral communication. এটা প্ৰজন্মৰ পৰা তাৰ পিচৰ প্ৰজন্মলৈ ক্ৰমাগতভাৱে হোৱা সাংস্কৃতিক উপাদান সমূহৰ প্ৰবাহ, বিশেষকৈ মুখে-মুখে হোৱা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) a way in which something is usually done. কোনো কাম সাধাৰণতে সামধা কৰাৰ প্ৰণালী