dedication (English) [ IPA: ˌdedɪˈkeɪʃən ASM: ডেডিকেচন]
Contributed by: Biraj Kumar Kakati on 2007-06-29
1. (Abstract Noun) the offer formally made (a book, piece of music, etc.) to a person, cause, or the like in testimony of affection or respect, as on a prefatory page. ভালপোৱা বা শ্ৰদ্ধাৰ চিন স্বৰূপে কোনো ব্যক্তি বা উদ্দেশ্যৰ প্ৰতি আনুষ্ঠানিক ভাৱে আগবঢ়োৱা (কিতাপ, সঙ্গীত ইত্যাদি)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-19
2. (Abstract Noun) the act or quality of devoting wholly and earnestly, as to some work or purpose কোনো কৰ্ত্তব্য অথবা উদ্দেশ্যৰ সৈতে একাগ্ৰতাৰে নিজক জড়িত কৰা কাৰ্য্য বা গুণ
English: