desirable (English) [ IPA: dɪˈzaɪrəbəl ASM: ডেজায়াৰবল]
    Contributed by: Mousumi Hazarika on 2008-03-15
    1. (Verbal Adj.) anything which is desired যিটো হ’ব লাগে বা কৰিব লাগে বুলি ভৱা হয়
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-03
    2. (Verbal Adj.) worth having or seeking or achieving পোৱাৰ, বিছৰাৰ অথবা অৰ্জন কৰাৰ যোগ্য