despatchdesperation
desperately (English) [ IPA: ˈdesprətliː ASM: ডেচপাৰেটলি]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-07-29
English: assiduously, desperately, strenuously, tirelessly,
Assamese: জান-প্ৰাণ দি, প্ৰাণটাকি, মৰি-পৰি, মৰি-মুজি, মৰিহজি, মৰোঁ-জীওঁ সোঁ-আধিকৈ
desperately (English) [ IPA: ˈdesprətliː ASM: ডেচপাৰেটলি]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-07-29
1. (Adverb) applying hard work and all mights. দেহাৰ সৰ্বশক্তি প্ৰয়োগ কৰি।