diffraction (English) [ IPA: dɪˈfrækʃən ASM: ডিফ্ৰেকচন]
    Contributed by: Rubul Mout (ৰুবুল মাউত) on 2008-02-24
    1. (Abstract Noun) When light passes sharp edges or goes through narrow slits the rays are deflected and produce fringes of light and dark bands. পোহৰৰ এবিধ বিশেষ ধৰ্ম | পোহৰৰ ৰশ্মি ক্ষীণ বাধা এটা পাৰ হৈ বা সৰু ছিদ্ৰ এটাৰ মাজেৰে পাৰ হৈ এখন পৰ্দাত আপতিত হ’লে তাত আন্ধাৰ আৰু পোহৰৰ পটিসমূহ সৃষ্টি হোৱা পৰিঘটনা | ই পোহৰৰ তৰংগ ধৰ্ম প্ৰতিপন্ন কৰে |

    Related Idea:

    a. Abstract Noun: interferenceসমাৰোপণ...