diligencedilim
diligent (English) [ IPA: ˈdɪlədʒənt ASM: ডিলিজেণ্ট]
Contributed by: Prasenjit Khanikar on 2007-12-11
English: assiduous, diligent, fastidious, meticulous, sedulous,
Assamese: দোষদৰ্শী, প্ৰয়াসী, মননধৰ্মী, মননশীল, মনোযোগী, যত্নপৰ, যত্নপৰায়ণ, যত্নশীল, যত্নৱন্ত, যত্নৱান, সচেষ্ট, সূক্ষ্মগ্ৰাহী, সূক্ষ্মদৰ্শী,
Bodo: मावथि,
Khasi: bniah,
Karbi: mesen le, meso so
Contributed by: Bikram M Baruah on 2010-05-03
English: diligent, hard-working, industrious, laborious, operose,
Assamese: অনলস, আয়াসী, উদ্যোগী, কামিলা, ক্ৰিয়াপৰ, কৰীয়া, কৰ্মণ্য, কৰ্মদক্ষ, কৰ্মশালী, কৰ্মিষ্ঠ, কৰ্ম্মণ্য, কৰ্ম্মশীল, কৰ্ম্মিষ্ঠ, খাটিখোৱা, জিতশ্ৰম, দুখকাৰী, পৰিশ্ৰমী, মেহনতকাৰী, মেহনতী, যত্নৱন্ত, যত্নৱান, শ্ৰমকাৰী, শ্ৰমনিষ্ঠ, শ্ৰমশীল,
Bodo: माउथि,
Garo: gong.gipa,
Meeteilon: nomba kanba,
Dimasa: dangbah raobi
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2007-12-11
English: diligent, dutiful,
Assamese: কৰ্তব্যপৰায়ণ, কৰ্মঠ, কৰ্মতৎপৰ, কৰ্মনিষ্ঠ, কৰ্মপৰায়ণ, কৰ্মশীল, কৰ্ম্মযোগী
diligent (English) [ IPA: ˈdɪlədʒənt ASM: ডিলিজেণ্ট]
Contributed by: Prasenjit Khanikar on 2007-12-11
1. (Proper Adj.-Common) possessing carefulness. extremely careful and precise. অতি সাৱধান বা যত্ন লৈ কৰা৷
Assamese: দোষদৰ্শী, প্ৰয়াসী, মননধৰ্মী, মননশীল, মনোযোগী, যত্নপৰ, যত্নপৰায়ণ, যত্নশীল, যত্নৱন্ত, যত্নৱান, সচেষ্ট, সূক্ষ্মগ্ৰাহী, সূক্ষ্মদৰ্শী,
Bodo: मावथि,
Khasi: bniah,
Karbi: mesen le, meso so
Contributed by: Bikram M Baruah on 2010-05-03
2. (Proper Adj.) able to or carry out work with great labour or effort বহু কষ্ট আৰু যত্নৰে কাম কৰিব পৰা
Assamese: অনলস, আয়াসী, উদ্যোগী, কামিলা, ক্ৰিয়াপৰ, কৰীয়া, কৰ্মণ্য, কৰ্মদক্ষ, কৰ্মশালী, কৰ্মিষ্ঠ, কৰ্ম্মণ্য, কৰ্ম্মশীল, কৰ্ম্মিষ্ঠ, খাটিখোৱা, জিতশ্ৰম, দুখকাৰী, পৰিশ্ৰমী, মেহনতকাৰী, মেহনতী, যত্নৱন্ত, যত্নৱান, শ্ৰমকাৰী, শ্ৰমনিষ্ঠ, শ্ৰমশীল,
Bodo: माउथि,
Garo: gong.gipa,
Meeteilon: nomba kanba,
Dimasa: dangbah raobi
Antonyms:
a. Proper Adj.-Common: bludger, idle, indolent, lazy, slothful...Different POS:
b. Common Noun-Common: কৰ্ম্মবীৰ...Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2007-12-11
3. (Proper Adj.-Common &/or Masculine) One who do works with interest, do work sincerely, maintain punctuality কামত আগ্ৰহযুক্ত নিষ্ঠাৰে কাম কৰা ব্যক্তি, একান্ত কৰ্মী ।
Assamese: কৰ্তব্যপৰায়ণ, কৰ্মঠ, কৰ্মতৎপৰ, কৰ্মনিষ্ঠ, কৰ্মপৰায়ণ, কৰ্মশীল, কৰ্ম্মযোগী