drain (English) [ IPA: ˈdreɪn ASM: ড্ৰেইন]
    Contributed by: Rupankar Mahanta on 2006-03-17
    1. (Material Noun-Neuter) An open conduit or channel to carry rainwater or other waste. বৰষুণৰ পানী অথবা অন্য পেলনীয়া পানী উলিয়াই দিবলৈ কৰা খাৱৈ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Material Noun-Neuter) an outlet or drain for water from a verandah চোতাল আদিৰ পানী ওলাই যাবলৈ ৰখা সৰু লোৰ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-28
    3. (Verb-Trans.) to reduce to poverty or to take away everything সকলো বাহিৰলৈ লৈ গৈ একো নাইকিয়া কৰ্ বা দুখীয়াত পৰিণত কৰ্, যেনেঃ বিদেশীয়ে দেশখন তেনেই চুঁচিলে ৷