drop (English) [ IPA: ˈdrɑp ASM: ড্ৰপ]
Contributed by: Swapnita Kakati on 2006-08-21
1. (Material Noun-Neuter) The smallest quantity of liquid heavy enough to fall in a spherical mass. গোলাকাৰ ৰূপত মাটিত পৰিব পৰাকৈ গধুৰ তৰল পদাৰ্থৰ ক্ষুদ্ৰতম পৰিমাণ।
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-08-21
2. (Abstract Noun) a very small quantity of liquid. জুলীয়া বস্তুৰ এক বিন্দু ৷