erosionerr
erotology (English)
Contributed by: Mousumi Konwar on 2023-09-19
English: erotology, sexology,
Assamese: কামকলা, কামতন্ত্ৰ, কামশাস্ত্ৰ, কামসূত্ৰ, যৌনবিজ্ঞান, শৃঙ্গাৰ-বিদ্যা, ৰতি-শাস্ত্ৰ, ৰতিবিদ্যা
erotology (English)
Contributed by: Mousumi Konwar on 2023-09-19
1. (Proper Noun-Neuter) the study of sex or of the interaction of the sexes especially among human beings বিপৰীত লিঙ্গৰ মাজত, বিশেষকৈ মানুহৰ ক্ষেত্ৰত, হোৱা যৌন-ক্ৰিয়া বিষয়ক জ্ঞান বা অধ্যয়ন
Assamese: কামকলা, কামতন্ত্ৰ, কামশাস্ত্ৰ, কামসূত্ৰ, যৌনবিজ্ঞান, শৃঙ্গাৰ-বিদ্যা, ৰতি-শাস্ত্ৰ, ৰতিবিদ্যা