evergreen (English) [ IPA: ˈevərˌgriːn ASM: এভাৰগ্ৰীন]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-20
    1. Botany(Proper Adj.-Common) trees having green leaves throughout the year গোটেই বছৰ সেউজীয়া হৈ থকা উদ্ভিদ
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2012-02-16
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    2. (Proper Adj.-Neuter) forever fresh or ever new. নিত্য নতুন বা কেতিয়াও পুৰণি নোহোৱা৷