excuse (English) [ IPA: ɪkˈskjuːz ASM: এক্সস্কিউজ]
Contributed by: Pallav Laskar on 2006-09-10
b. Verb-Trans.: justifyঔচিত্য প্ৰমাণ কৰ্কৈফিয়ৎ দেন্যায্যতা দেন্যায্যতা প্ৰতিপন্ন কৰ্...
1. (Verb-Trans.) To explain (a fault or an offense) in the hope of being forgiven or understood
ক্ষমা পোৱাৰ আশাৰে কোনো দোষণীয় কাৰ্য কিয় কৰা হ’ল ব্যাখ্যা কৰ্
Related Idea:
a. Verb-Trans.: condoneforgivepardonremitremote...b. Verb-Trans.: justifyঔচিত্য প্ৰমাণ কৰ্কৈফিয়ৎ দেন্যায্যতা দেন্যায্যতা প্ৰতিপন্ন কৰ্...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun) Ostensible reason or excuse offered. দায় সাৰিবলৈ দেখুওৱা মিছা কাৰণ।Contributed by: Partha P Sarmah on 2006-09-10
3. (Abstract Noun) a true or invented reason for excusing; an attempt to justify some action or behaviour দায়-দোষমুক্ত হবলৈ দিয়া সঁচা বা মিছা যুক্তি