exit (English) [ IPA: ˈegzət ASM: এগজিট]
    Contributed by: Swapnita Kakati on 2006-08-22
    1. (Verbal Noun) the act of going out ঘৰ বা কোনো কোঠাৰ পৰা ওলাই যোৱা কাৰ্য
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-30
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Verb-Intran.) to get out (of some place) (কোনো স্থানৰ পৰা) বাহিৰলৈ আহ্