expel (English) [ IPA: ɪkˈspel ASM: এক্সপেল]
1. (Verb-Intran.) to force somebody or something out of somewhere কোনো ঠাইৰ পৰা কাৰোবাক/কিহবাক জোৰ কৰি উলিয়াই দিয়া
2. (Verb-Trans.) To force to leave a country or place by official decree; exile. আনুষ্ঠানিক আদেশেৰে কোনো দেশ বা স্থান পৰিত্যাগ কৰিবলৈ বাধ্য কৰা
Assamese:
Bodo:
Nagamese:
Different POS:
a. Verbal Noun: expulsionবহিষ্কাৰবহিষ্কৰণবিতাৰণबाहेर खालामनाय...Contributed by: Bikram M Baruah on 2011-05-11
3. (Verb-Trans.) Refuse to have social or commercial interactions with a person, group or a country, etc. কাৰোবাক কোনো সামাজিক দল, গোট বা দেশৰ পৰা বাহিৰ কৰি দিয়া আৰু সুমাবলৈ অনুমতি নিদিয়া৷