firewoodfiring
fireworks (English) [ IPA: fireworks ASM: ফায়াৰৱৰ্ক]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
English: fireworks, pyrotechnics,
Assamese: অগ্নিক্ৰীড়া, আতচবাজী, খাৰবাজী, জুই-বাজী, জুইক্ৰীড়া, তাৰা-বাজী
fireworks (English) [ IPA: fireworks ASM: ফায়াৰৱৰ্ক]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
1. (Proper Noun) A device with an explosive that burns at a low rate and with coloured flames; can be used to illuminate areas or send signals etc. ফটকা, ফুলজাৰি, হিলৈ আদি জুই ওলোৱা খাৰ-বাৰুদৰ খেল; বিশেষতঃ আনন্দ বা বিজয় উতসৱ আদিত পালন কৰা হয়|
Assamese: অগ্নিক্ৰীড়া, আতচবাজী, খাৰবাজী, জুই-বাজী, জুইক্ৰীড়া, তাৰা-বাজী