force of gravityforcefully
forceful (English) [ IPA: ˈfɔrsfəl ASM: ফৰ্চফুল]
adj: forcefully
English: forceful,
Assamese: ঘোৰ, দুৰ্বাদল, দুৰ্ব্বাদল, প্ৰবল, প্ৰৱল
b. Abstract Noun: force, বল, बोलो, draa, bor-i...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-24
Contributed by: Himasri Das on 2023-07-04
forceful (English) [ IPA: ˈfɔrsfəl ASM: ফৰ্চফুল]
adj: forcefully
1. (Proper Adj.-Neuter) done with significant force or stress তীব্ৰ বল বা চাপ প্ৰয়োগ কৰি কৰা
Assamese: ঘোৰ, দুৰ্বাদল, দুৰ্ব্বাদল, প্ৰবল, প্ৰৱল
Different POS:
a. Adverb: forcefully, জোৰ-জবৰদস্তি কৰি, জোৰ-জুলুম কৰি, জোৰ-জুলুমকৈ, জোৰকৈ...b. Abstract Noun: force, বল, बोलो, draa, bor-i...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-24
2. (Proper Adj.-Neuter) (a step or a blow) pressed heavily with force বলেৰে বা জোৰেৰে পেলোৱা বা মৰা (খোজ বা কিল)
Contributed by: Himasri Das on 2023-07-04
3. Physics(Proper Adj.-Neuter) A force is a push or pull upon an object resulting from the object`s interaction with another object. Whenever there is an interaction between two objects, there is a force upon each of the objects. When the interaction ceases, the two objects no longer experience the force. কোনো এটা বস্তুৰ গতি, দিশ বা জ্যামিতিক গঠন সাল সলনি কৰিব পৰা যিকোনো কাৰকক পদাৰ্থ বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়৷ অন্য ভাষাত ভৰযুক্ত কোনো বস্তুৰ বেগ সলনি কৰিব পৰা (যেনে ত্বৰিত কৰা) বা কোনো নমনীয় বস্তুৰ বিকৃতি ঘটাব পৰা কাৰকক বল বুলি ক`ব পাৰি৷ বল হৈছে এটা ভেক্টৰ বা সদিশ ৰাশি, অৰ্থাৎ বলৰ মান আৰু দিশ দুয়োটা থাকে৷