garrisongarrulousness
garrulous (English) [ IPA: ˈgerələs ASM: গাৰুলাচ]
Contributed by: Swapnita Kakati on 2006-08-22
English: garrulous,
Assamese: অতিবক্তা, অমিতভাষী, কথকী, কথা চহকী, চালপেনীয়া, চেলবেলীয়া, ফটুৱা, বহু-বক্তা, বহুবল্কী, বহুভাষী, বাচাল, বৰকথকী, মুখেশ্বৰ, মুখৰ, মেলেকী, লাউপাত কচুপাত,
Bodo: थाव थेलेफा, सावलुन,
Nepali: अतिवक्ता, धेरै बोल्ने, बहुबल्की
garrulous (English) [ IPA: ˈgerələs ASM: গাৰুলাচ]
Contributed by: Swapnita Kakati on 2006-08-22
1. (Proper Adj.-Common) talking too much, often of no use যি অতি বেছিকৈ, সাধাৰণতে অদৰকাৰী কথা কয়