gategateway
gatekeeper (English) [ IPA: [gatekeeper] ASM: গেটকিপাৰ]
Contributed by: Swapnita Kakati on 2006-08-29
English: door guard, doorkeeper, doorman, gatekeeper,
Assamese: দণ্ডপাল, দণ্ডপালক, দাৰোৱান, দুৱাৰ-ৰখীয়া, দুৱৰী, দ্বাৰ-ৰক্ষী, দ্বাৰপাল, দ্বাৰী, দ্বাৰৰক্ষক, প্ৰতিহাৰ, প্ৰতিহাৰী,
Bodo: दर नेग्रा,
Nepali: द्वारपाल, द्वारपाले, द्वाररक्षी
gatekeeper (English) [ IPA: [gatekeeper] ASM: গেটকিপাৰ]
Contributed by: Swapnita Kakati on 2006-08-29
1. (Common Noun-Common &/or Masculine) A person in charge of a gate, usually to identify, count, supervise, etc., the traffic or flow through it. কোনো ডাঙৰ ঘৰ বা অনুষ্ঠান আদিৰ দুৱাৰৰ সুৰক্ষাত থকা ব্যক্তিবিশেষ | সাধাৰণতে মানুহ হিচাব আৰু চিনাক্ত কৰা অথবা আহ-যাহ নিয়ন্ত্ৰণ কৰিবলৈ ৰখীয়া হিচাবে নিযুক্ত কৰা হয় |
Assamese: দণ্ডপাল, দণ্ডপালক, দাৰোৱান, দুৱাৰ-ৰখীয়া, দুৱৰী, দ্বাৰ-ৰক্ষী, দ্বাৰপাল, দ্বাৰী, দ্বাৰৰক্ষক, প্ৰতিহাৰ, প্ৰতিহাৰী,
Bodo: दर नेग्रा,
Nepali: द्वारपाल, द्वारपाले, द्वाररक्षी