gerné (Mising) [ IPA: ɡeɾnɑ]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Chiranjib Gogoi on 2025-12-09
    1. (Abstract Noun) (in grammar)the person or thing who does, causes,experiences something or is instrumental in doing something or about whom/which some information is given in a sentence. Look at the following sentences: My sister washed the car; He bumped his head; He saw some blood; The key opened the lock; She is honest. (ব্যাকৰণৰ সৈতে জড়িত) বাক্যত যি কিবা কাম কৰে ( তাই মোলৈ সদায় ফোন কৰে),কৰোৱাই(তাই কোঠাতো ৰং কৰোৱালে)বা কিবা অভিজ্ঞতা লাভ কৰে (ৰামে বাৰুদৰ গোন্ধ পালে)বা আনে কৰা কামত (অজানিতে হলেও) কিবা ভূমিকা লয় বা নিমিত্ত হয় (চাবিটোৱে তলাটো খুলিলে) বা যাৰ বিষয়ে কিবা কোৱা হয় (গোপীনাথ বৰদলৈ এজন দূৰদৰ্শী নেতা আছিল;অসমত আজিকালি তেনে নেতাৰ অভাৱ)৷