gild (English) [ IPA: ˈgɪld ASM: গিল্ড]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-09-02
    1. (Verb-Trans.) to cover a surface with a thin layer of gold or a substance that looks like gold. ৰূপ আদি অইন ধাতুৰ অলঙ্কাৰৰ বা পাত্ৰৰ ওপৰত গলোৱা সোণ দি ঢাক্ বা সোণৰ পানী সনা কাৰ্য্য৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Verb-Trans.) to cover with melted metal এটা ধাতুৰ ওপৰত আন ধাতুৰ পানী লগাই ঢাক্ অথবা এটা ধাতুৰ পানী আন এটা বস্তুৰ ওপৰত লগা